বকোৰ উত্তৰ ৰাঙাপানীত জলজীৱনত দুৰ্নীতি
🔹 নিৰ্মীয়মাণ অৱস্থাতে ভাঙিব ধৰিছে আঁচনিৰ গৃহ : তদন্তৰ দাবী
নিয়মীয়া বাৰ্তা, ৩০ ছেপ্টেম্বৰ : কি চলিছে জলজীৱন আঁচনিৰ নামত একাংশ ভিতৰুৱা গ্ৰামাঞ্চলত? নিৰ্মীয়মাণ অৱস্থাতেই ফাট মেলিছে ঘৰৰ দেৱালত। নিম্নমানৰ সামগ্ৰীৰে ঠিকাদাৰৰ লুণ্ঠনৰাজ চলাৰ অভিযোগ | জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বকো উপ-সংমণ্ডলীয় কাৰ্যালয়ৰ অন্তৰ্গত নগৰবেৰাৰ উত্তৰ ৰাঙাপানীত প্ৰায় ডেৰ কোটি…
Read More...