চৰকাৰে আবণ্টন দিয়া ক্ষতিপূৰণ নাপালে প্ৰকৃত হিতাধিকাৰীয়ে
🔹 বৰপেটাৰ ধৰ্মপুৰত খহনীয়াগ্ৰস্তৰ সাহায্যৰ নামত খেলিমেলি, বঞ্চিতৰ প্ৰতিবাদ
নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰ : হিতাধিকাৰী তালিকা এখনক লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত হয় বৰপেটাৰ চেঙাৰ ধৰ্মপুৰ গাঁৱত | নৈৰ খহনীয়াত ক্ষতিগ্ৰস্ত লোকলৈ চৰকাৰে আবণ্টন দিয়া ক্ষতিপূৰণ নাপালে প্ৰকৃত হিতাধিকাৰীয়ে। তাৰ সলনি ক্ষতিগ্ৰস্ত নোহোৱা লোকৰ নামহে সোমাল তালিকাত। ইয়াকে লৈ বঞ্চিত…
Read More...