নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

আঞ্চলিক

শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য ভবেন্দ্ৰ নাথ ডেকালৈ সৰ্বভাৰতীয় সন্মান

বিশেষ বাৰ্তা, ২৫ জুলাই : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ তথা শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য ভবেন্দ্ৰ নাথ ডেকালৈ আগবঢ়োৱা হৈছে ভাৰতবৰ্ষৰ ম’ষ্ট ইন্সপায়াৰিং এডুকেচনেল লীডাৰ ২০২৪ সন্মান ৷ উল্লেখ্য যে  দ্য একাডেমিক ইনছাইট মেগাজিনে আগবঢ়াইছে এই সন্মান ৷ শৈক্ষিক ক্ষেত্ৰত আগবঢ়োৱা বলিষ্ঠ অৱদানৰ বাবে ভবেন্দ্ৰ নাথ ডেকালৈ এই সন্মান আগবঢ়াইছে ৷…
Read More...

হায়দৰাবাদত দুৰ্ঘটনাত প্ৰাণ গ’ল ঢকুৱাখনাৰ যতীন বৰাৰ

নিয়মীয়া বাৰ্তা, ২৫ জুলাই : ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত ১নং কৃষ্ণপুৰ গাঁৱৰ যতীন বৰা নামৰ লোকজনৰ যোৱানিশা হায়দৰাবাদত…

মুখ্যমন্ত্ৰীৰ ঐকান্তিক প্ৰচেষ্টাত সাহাপাৰাৰ আন্তঃৰাষ্ট্ৰীয় পাৰাপাৰ গেট মুকলি

নিয়মীয়া বাৰ্তা, ২৫ জুলাই : মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ সাহাপাৰা আন্ত:ৰাষ্ট্ৰীয় পাৰাপাৰ গেটেৰে ক'ভিডৰ বাবে ২০১৯…

তিৱা জনজাতিৰ সমস্যা সমাধানত ড০ শৰ্মা চৰকাৰৰ আগ্ৰহক আদৰণি তিৱা ছাত্ৰ সন্থাৰ

🔹 দিছপুৰত মন্ত্ৰী ডাঃ ৰণোজ পেগু-তিৱা ছাত্ৰ সন্থাৰ যোগাত্মক আলোচনা বিশেষ বাৰ্তা, ২৫ জুলাই : তিৱা জনজাতিৰ মৌলিক…

সন্ধানহীন ৰমেন বৰুৱা : ধুবুৰীত লুইতত দ্বিতীয় দিনাও অভিযান এছডিআৰএফৰ

নিয়মীয়া বাৰ্তা, ২৫ জুলাই : বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱাৰ সন্ধানত কালিৰ পৰা ধুবুৰী জিলাৰ লুইতত আৰম্ভ হোৱা…

ৰূপহীহাটত নকল টকা বনোৱা মেচিনসহ আটক দুই ব্যৱসায়ী

নিয়মীয়া বাৰ্তা, ২৫ জুলাই : ৰূপহীহাট আৰক্ষীয়ে যোৱানিশা এক গোপন সূত্ৰৰ পম খেদি নকল টকাৰ বিৰুদ্ধে পশ্চিম শোৱানলীত চলায়…