বকোৰ সোণতলী-টুপামাৰী সংযোগী পকীপথৰ বিধ্বস্ত ৰূপ
🔹 স্থানীয় জনপ্ৰতিনিধিৰ ভূমিকাত ক্ষুব্ধ ৰাইজ
নিয়মীয়া বাৰ্তা, ২৬ জুলাই : কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত সোণতলী-টুপামাৰী সংযোগী পকীপথৰ বিধ্বস্ত ৰূপে এতিয়া জীয়াতু ভোগাইছে নিতৌ সেই পথেৰে অহা-যোৱা কৰা অঞ্চলবাসীক। উল্লেখ্য যে পকী পথটোৰ মাজত সৃষ্টি হোৱা প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ বাবে ক্ৰমাৎ বিচ্ছিন্ন হোৱাৰ উপক্ৰম হৈছে বৃহত্তৰ অঞ্চলটোৰ…
Read More...