সোঁশৰীৰে লতাশিলৰ ঘৰটিলৈ উভতি আহক ৰমেন বৰুৱা
🔹 বিশিষ্ট সংগীত শিল্পীৰ সন্ধান নোলোৱাত উদ্বিগ্ন ৰাজ্যবাসী
🔹 লুইতৰ বুুকুত অবিৰাম চলিছে এছডিআৰএফ–এনডিআৰএফৰ অভিযান
🔹 ত্ৰুটি নৰখাকৈ উদ্ধাৰ অভিযান চলাবলৈ আৰক্ষী আয়ুক্তক নির্দেশ মুখ্যমন্ত্রীৰ
বিশেষ বাৰ্তা, ২৩ জুলাই : এতিয়াও সন্ধান ওলোৱা নাই বিশিষ্ট সংগীত শিল্পী ৰমেন বৰুৱাৰ৷ কালি পুৱা ১০ বজাত লতাশিলস্থিত বাসগৃহৰ পৰা ওলাই যোৱা পুৰোধা সংগীত শিল্পীগৰাকীৰ…
Read More...