ভূৰাগাঁৱৰ ৰক্ষাকৱচ কোটিটকীয়া শৈলবান্ধ জাহ যোৱাৰ উপক্ৰম
🔹 শংকিত ভূৰাগাঁওবাসী
নিয়মীয়া বাৰ্তা, ২২ জুলাই : মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ ৰক্ষাকৱচ কোটিটকীয়া শৈলবান্ধ জাহ যোৱাৰ উপক্ৰম হৈছে। ইতিমধ্যে লুইতত শৈলবান্ধৰ আধা অংশ জাহ গৈছে। উল্লেখ্য যে ২০০৫ চনত বৃহত্তৰ ভূৰাগাঁও অঞ্চলৰ খহনীয়া প্ৰতিৰোধৰ উদ্দেশ্যে শৈলবান্ধটো নিৰ্মাণ কৰিছিল। তেতিয়াৰ পৰা ভূৰাগাঁও অঞ্চলৰ বাবে এই শৈলবান্ধটো এক ৰক্ষাকৱচ হিচাপে কাম কৰি …
Read More...