ভাবা পৰমাণু গৱেষণা কেন্দ্ৰলৈ মৰিয়নিৰ তনয়জ্যোতি গগৈ
বিশেষ বাৰ্তা, ২১ জুলাই : দেশৰ নিৰাপত্তাৰ অন্যতম কেন্দ্ৰবিন্দু পৰমাণু শক্তিখণ্ডত কাম কৰাৰ সুযোগ লাভ কৰি মৰিয়নিৰ এজন যুৱকে সমগ্ৰ মৰিয়নিৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। মৰিয়নিৰ সমীপৰ পুখুৰীয়া অঞ্চলৰ তনয়জ্যোতি গগৈয়ে মহাৰাষ্ট্ৰত অৱস্থিত দেশৰ পৰমাণু গৱেষণা কেন্দ্ৰ ভাবা পৰমাণু গৱেষণা কেন্দ্ৰত নিযুক্তি লাভ কৰিছে। তনয়জ্যোতিয়ে কেন্দ্ৰটোৰ বৈতনিক প্ৰশিক্ষাৰ্থী…
Read More...