জোনাইৰ বান শিবিৰত কণ কণ ছাত্ৰ-ছাত্ৰীক পাঠদান চিআৰচিচিৰ
নিয়মীয়া বাৰ্তা, ১২ জুলাই : সমগ্ৰ শিক্ষা ধেমাজি জিলাৰ মিছন সমন্বয়ক বিতোপন হাজৰিকাৰ নেতৃত্বত আৰু মূৰ্কংচেলেক শিক্ষাখণ্ডৰ খণ্ড মিছন সমন্বয়কসহিতে শিক্ষা ব্যৱস্থাৰ এই সময়ৰ অন্যতম হোতাস্বৰূপ মণ্ডল সমল কেন্দ্ৰ সমন্বয়ককে ধৰি চিআৰচিচিসকলৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষা, মূৰ্কংচেলেকৰ সহযোগত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা কণ কণ…
Read More...