ডিব্ৰুগড়ত উদণ্ড যুৱকৰ দলে মৰিয়াই হত্যা কৰিলে টম্লু সোণাৰক
🔹 পুৰণি শত্ৰুতাৰ বাবেই নৃশংস হত্যাকাণ্ড
বিশেষ বাৰ্তা, ১১ জুলাই : পুৰণি শত্ৰুতাৰ বাবেই এক নৃশংস হত্যাকাণ্ড সংঘটিত হ'ল ডিব্ৰুগড়ত। কোঠাৰ ভিতৰত যুৱকক মৰিয়াই মৰিয়াই হত্যা কৰে একাংশ উদণ্ড যুৱকে। ডিব্ৰুগড়ৰ আলুবাৰীত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। গণপ্ৰহাৰত মৃত যুৱকজন টম্লু সোণাৰ বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, দীপজ্যোতি ৰাজবংশী নামৰ এজন যুৱকে পুৰণি…
Read More...