পূব গোৱালপাৰাৰ সুতাৰপাৰাত অগ্নিকাণ্ড কেইবালাখ টকাৰ ক্ষতি
নিয়মীয়া বাৰ্তা, ২ জুলাইঃ পূব গোৱালপাৰাৰ সুতাৰপাৰা আঞ্চলিক বজাৰত যোৱানিশা বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে। বজাৰখনৰ ত্ৰিনয়নী মা জুৱেলাৰী আৰু দুটাকৈ ধানৰ গুদামত নিশা আনুমানিক দুই বজাত এই অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডৰ ফলত জুৱেলাৰী দোকান খনৰ বিভিন্ন আজবাব পাতি ভস্মীভূত…
Read More...