আজিৰ দিনটোৰ ৰাশিফল
আজি ১ জুলাই, আহাৰ মাহৰ ১৬ তাৰিখ
সোমবাৰ : তিথি– কৃষ্ণা দশমী, নক্ষত্র : অশ্বিনী, যাত্রা : শুভ
মেষ : আর্থিক দিশত অপ্রত্যাশিতভাৱে ধন লাভ হ’ব৷ যিকোনো শুভ কর্মৰ পৰা বিৰত থাকক৷ হালধীয়া নতুবা ক্রীম ৰঙৰ কাপোৰ পৰিধান কৰক৷ শুভ সংখ্যা ১৷
বৃষ : পুৱা–গধূলি শিৱৰ মন্ত্র জপ কৰিব৷ ৰঙা বস্ত্র পৰিধান কৰিব অৰু ৰঙা বস্তু খাব৷ পাৰিলে শিৱ মন্দিৰত চাকি জ্বলাব৷ শুভ…
Read More...