জোনাইত নিশা ভয়ংকৰ অগ্নিকাণ্ডত চাৰিটা বাসগৃহ ভস্মীভূত
নিয়মীয়া বাৰ্তা, ২৯ জুন : জোনাইৰ তেলাম নেপালী জাৰপুম গাঁৱত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ৷ এই অগ্নিকাণ্ডত জাহ গ’ল চাৰিটাকৈ বাসগৃহ৷ জানিব পৰা মতে, জোনাইৰ তেলাম নেপালী জাৰপুম গাঁৱৰ নিৱাসী দেৱাল পেগুৰ ঘৰৰ পৰা নিশা প্ৰায় এঘাৰ বজাত সূত্ৰপাত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ৷ পিছলৈ কাষতে থকা হেমেন কুলি, তুলন সোণোৱাল আৰু নিৰুমাই পেগু নামৰ আন তিনিটা…
Read More...