কাৰ্বি শান্তি চুক্তি স্বাক্ষৰকাৰীৰে মন্ত্ৰী ৰণোজ পেগুৰ গুৰুত্বপূৰ্ণ বৈঠক
বিশেষ বাৰ্তা, ২০ জুন : আজি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাং, ৬নং ডিফু লোকসভা সমষ্টিৰ সাংসদ অমৰছিং তিছ’, অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, ডিফুৰ বিধায়ক বিদ্যাছিং ইংলেং, হাওৰাঘাটৰ বিধায়ক দৰছিং ৰংহাং, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য লুনছিং টেৰণ, অসম ৰাজ্যিক বিজেপিৰ এছ টি মৰ্চাৰ কোষাধ্যক্ষ…
Read More...