বৰষুণৰ পানীয়ে ছিঙিলে গোৱৰাদল-ৰতনপুৰ সংযোগী গ্ৰাম্য পথ
নিয়মীয়া বাৰ্তা, ১৬ জুনঃ বিগত কিছুদিন ধৰি নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰাকৈ দি থকা বৰষুণে গাঁওসমূহৰ ৰাইজৰ স্বাভাৱিক জীৱন-ধাৰণ ব্যাহত কৰি তুলিছে৷ দিনে-ৰাতিয়ে নেৰানেপেৰাকৈ আহি থকা দোপালপিটা বৰষুণৰ বাবে গাঁওসমূহৰ খেতিপথাৰ পানীৰে উপচি পৰাৰ লগতে বহু লোকৰ খাল-পুখুৰী আদি বৰষুণৰ পানীয়ে বুৰাই পেলাইছে৷ লগতে গাঁৱৰ পথাৰসমূহো পানীৰ তলত থকাত পোহনীয়া…
Read More...