এখন দুখন নহয়! ছয়খনকৈ গাঁৱৰ মুছলমান সমাজৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ
নিয়মীয়া বাৰ্তা, ২৬ মে ' : এখন দুখন নহয়! ছয়খনকৈ গাঁৱৰ মুছলমান সমাজৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ
ড্ৰাগছ আসক্ত, মাদকদ্ৰব্য সেৱন কৰি মৃত্যু হলে নহব জানাজা, কৱৰস্থানত নাপাব স্থান। ৰাইজৰ আগত ধৰা পৰিলে ভৰিব লাগিব জৰিমনা। সামজিকভাৱেও বয়কট কৰিব ড্ৰাগছ আসক্ত পৰিয়ালক।
এই সিদ্ধান্ত দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ ভিতৰুৱা অঞ্চল জাৰপাৰাসহ ৬খনকৈ গঞা ৰাইজৰ।
বৰভিঠা আঞ্চলিক…
Read More...