হোজাইত অধ্যক্ষা বিজিতা দেৱীৰ মৃত্যুত শোক
নিয়মীয়া বাৰ্তা, ১৩ মে' : হোজাই বিদ্যানগৰৰ নিউডন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষা (প্ৰাথমিক) বিজিতা দেৱীৰ যোৱানিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পৰলোকপ্ৰাপ্তি ঘটে । মূল যোগীজান ৰাজবাৰীত জন্মলাভ কৰা বিজিতা দেৱী বিবাহ সূত্ৰে হোজাই আমতলাত থাকিবলৈ লয় । উচ্চশিক্ষিতা বিজিতা দেৱীয়ে প্ৰথমে হোজাই পাব্লিক স্কুলত কৰ্ম জীৱন আৰম্ভ কৰি হোজাই বিদ্যানগৰৰ…
Read More...