কাজিৰঙাত আতিথ্য প্ৰকল্পৰ স্থান পৰিদৰ্শন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
🔹 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক এই সংযোজনে নতুন মাত্ৰা প্ৰদান কৰিব: মন্ত্ৰী বৰুৱা
বিশেষ বাৰ্তা, ১১ মে' : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাত উন্নত মানৰ আতিথ্যৰ সংযোজন কৰাৰ উদ্দেশ্য আগত ৰাখি নিৰ্মাণ হ’বলৈ গৈ থকা তিনিখন পঞ্চতাৰকা হোটেলৰ স্থান আজি পৰিদৰ্শন কৰে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। অসম চৰকাৰৰ পৰ্যটন…
Read More...