গেৰুৱাত একশৰণ নামধৰ্ম জনজাতি সমাজৰ সাধাৰণ সভা সম্পন্ন
🔹 উচ্চ-উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ ৩০ মেধাৱী ছাত্র-ছাত্ৰীক সম্বৰ্ধনা
নিয়মীয়া বাৰ্তা, ১১ মে' : মৰিগাঁও জিলাৰ গেৰুৱা অঞ্চলৰ চৰাইহাগীত আজি একশৰণ নামধৰ্ম জনজাতি সমাজ, অসমৰ সাধাৰণ সভা এখন অনুষ্ঠিত হয়। সমাজৰ পশ্চিম আঞ্চলিক চৰাইহাগীৰ কীৰ্তন গৃহত আজি অনুষ্ঠিত এই সভাখনত উপস্থিত থাকে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী। এই সভাতে সদ্যঘোষিত উচ্চ মাধ্যমিক…
Read More...