নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

আঞ্চলিক

পুৱতি নিশা ৰঙিয়াত ৫ জুৱাৰী আটক

নিয়মীয়া বাৰ্তা, ২ মাৰ্চ : ৰঙিয়া আৰক্ষীয়ে ড্ৰাগছৰ লগতে অসামাজিক কাম-কাজৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । ইয়াৰে অংশ হিচাপে আজি পুৱতি নিশা আৰক্ষীয়ে এক অভিযান চলাই ৰঙিয়া থানাৰ অন্তৰ্গত বিহদিয়াৰ পৰা ৫জন জুৱাৰীক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বিহদিয়া বিডিঅ’ কাৰ্যালয়ৰ পিছফালে তালাচী চলাই লোককেইজনক আটক কৰে। লগতে জুৱা খেলৰ…
Read More...

মিছামাৰীত বনকৰা মহিলাক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ ঘৰৰ মালিক

🔹 আন কেইবাজনকো ঘটনাৰে জড়িতৰ সন্দেহত গ্ৰেপ্তাৰৰ পূৰ্ণ সম্ভাৱনা 🔹 দোষীক উচিত শাস্তিৰ দাবীত থানাত পুৰুষ-মহিলাৰ ভিৰ…

কামৰূপৰ পাকৰকোণাত বৰাধানৰ ভূঁই ৰোৱা কাৰ্যসূচীৰ শুভাৰম্ভ ৰঞ্জিত ভট্টাচাৰ্যৰ

বিশেষ বাৰ্তা,  ২ মাৰ্চ :  আজি কামৰূপ জিলাৰ পাকৰকোণাৰ খেতিপথাৰত বৰাধানৰ ভূঁই ৰোৱা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৰাজ্যিক…

সোণাৰি চাপৰিত উদয়পুৰ জ্যোতি আত্মসহায়ক গোটৰ সভানেত্ৰী-সম্পাদিকাৰ দৌৰাত্ম্য

🔹 সদস্যাৰ ভুৱা স্বাক্ষৰেৰে ৪ লাখ টকা ঋণ লৈ ভগাই লোৱাৰ অভিযোগ নিয়মীয়া বাৰ্তা, ২ মাৰ্চ : ৰাজ্য চৰকাৰে মহিলা…

সময়ত অফিচলৈ নহা বিষয়া-কৰ্মচাৰীক ধমক মৰিগাঁও জিলা আয়ুক্তৰ

🔹 এচিএছ বিষয়াৰ আধাদিনৰ দৰমহা কৰ্তনৰ নিৰ্দেশ বাৰ্তা বুৰো,  ২ মাৰ্চ : মৰিগাঁও জিলা আয়ুক্ত দেৱাশিস শৰ্মাই জিলাৰ…

সৰভোগত বিজেপি মণ্ডল কাৰ্যালয় উদ্বোধন ড০ শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ২৯ ফেব্ৰুৱাৰী : ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আজি বিকাশৰ বাৰ্তা লৈ বৰপেটাত উপস্থিত হয়।…