অবৈধ সুদৰ ব্যৱসায়ীলৈ ধুবুৰী আৰক্ষীৰ অহেতুক দৰদ
🔹 মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ সুদখোৰবিৰোধী কঠোৰ স্থিতিক আদৰণি ভুক্তভোগীৰ
নিয়মীয়া বাৰ্তা, ২৯ ফেব্ৰুৱাৰী : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সুদখোৰবিৰোধী কঠোৰ স্থিতিক লৈ উৎফুল্লিত হৈ পৰা দেখা গৈছে ধুবুৰীকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তৰ ভুক্তভোগীসকল। জানিব পৰা মতে, মুখ্যমন্ত্ৰীয়ে সুদখোৰৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিয়াৰ পিছৰে পৰা আতংকত ধুবুৰীকে…
Read More...