কাইলৈৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ বৰপেটাত তৃতীয় ৰাষ্ট্ৰীয় গ্ৰন্থ-বিজ্ঞান মেলা
বাৰ্তা ব্যুৰো, বৰপেটা ১০ ফেব্ৰুৱাৰীঃ বৰপেটা গ্ৰন্থমেলা সমিতিৰ উদ্যোগত ১১ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰী ৮ দিনীয়া কাৰ্যসূচীৰে তৃতীয় ৰাষ্ট্ৰীয় বৰপেটা গ্ৰন্থ আৰু বিজ্ঞান মেলাৰ আয়োজন কৰা হৈছে৷ বৰপেটা পৌৰসভাৰ খেলপথাৰত আয়োজন কৰা এই গ্ৰন্থমেলাত ৰাজ্যৰ কেবাখনো প্ৰতিস্থিত গ্ৰন্থ প্ৰকাশক আৰু গ্ৰন্থ বিপণীৰ লগতে কলিকতাৰ গ্ৰন্থ বিপণীয়েও অংশ গ্ৰহণ কৰিব৷…
Read More...