সংবিধান উলংঘা কৰি আটাছুৰ পৰা বহিষ্কৃত বিমল সন্দিকৈ
নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ সদৌ তাই আহোম ছাত্র সন্থাৰ ডিব্রুগড় জিলা সমিতিয়ে ডিব্ৰুগড় সদৰ আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি তথা তদর্থ সমিতিৰ অন্যতম সদস্য বিমল সন্দিকৈক সংগঠনটোৰ পৰা বহিষ্কাৰ কৰিছে। আজি এক বিবৃতিত উল্লেখ কৰা অনুসৰি বিগত কিছুদিনৰ পৰা বিমল সন্দিকৈয়ে চ'চিয়েল মিডিয়া তথা সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ বিৰূপ মন্তব্য কৰাৰ লগতে জিলা সমিতিৰ…
Read More...