কাইলৈৰ পৰা বাৰপূজীয়াত সাহিত্য সভাৰ বিশেষ বার্ষিক অধিৱেশন
🔹 ২ ফেব্রুৱাৰীত মুখ্যমন্ত্রী ড০ শর্মাৰ অংশগ্রহণ
নিয়মীয়া বার্তা, ৩০ জানুৱাৰী : অসম সাহিত্য সভাৰ একাদশ বিশেষ বার্ষিক বাৰপূজীয়া অধিৱেশনৰ বিস্তৃত কার্যসূচী কালি প্রকাশ কৰিছে আদৰণী সমিতিয়ে৷ প্রকাশিত কার্যসূচী অনুসৰি, ৩১ জানুৱাৰীৰ পুৱা ৮.৩০ বজাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মস্থান আঁহতগুৰিত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্রতিমূর্তিত…
Read More...