নাওবৈচাত জলজীৱন আঁচনি ৰূপায়ণত ব্যাপক অনিয়ম
বিশেষ বাৰ্তা, ১৭ জানুৱাৰী : কেন্দ্ৰীয় চৰকাৰৰ জল জীৱন মিচনৰ অধীনত আঁচনি স্থাপনৰ নামত নাওবৈচা অঞ্চলত একাংশ ঠিকাদাৰে ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই অনিয়ম দুৰ্নীতিৰ সন্দৰ্ভত শেহতীয়াকৈ নাওবৈচা আঞ্চলিক ছাত্ৰ সন্থা বিভাগটোৰ বিৰুদ্ধে গৰজি উঠিছে।নিৰ্মাণৰ এটা বছৰ সম্পূৰ্ণ নহতেই কৰবাত যদি আঁচনিৰ পানীৰ পাইপ ফাটি পানী…
Read More...