ধুবুৰীত জুৱাৰ আড্ডা উৎখাত আৰক্ষীৰ
নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰঃ যোৱানিশা আৰক্ষীৰ এটি দলে ধুবুৰী জিলাৰ গৌৰীপুৰৰ দুৰ্গম বাঘমাৰা অঞ্চলৰ সমীপত এটা সমাজ বিৰোধী সাংস্কৃতিক কাৰ্য্যসূচীৰ গইনা লৈ আৰম্ভ হোৱা এটা জুৱাৰ আড্ডা উৎখাত কৰা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, বাঘমাৰা সমীপৰ টিপকাই নৈৰ পাৰত সাংস্কৃতিক কাৰ্য্যসূচীৰ নামত শালীনতাৰ সীমা পাৰ কৰি নৃত্য আৰু জুৱা চলি থকা বুলি গোপন সূত্ৰে অৱগত…
Read More...