নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

আঞ্চলিক

উৎকোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত ধূপধৰা থানাৰ ASI আহমেদ আলী

নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰ : উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল ধূপধৰা আৰক্ষী থানাৰ ASI আহমেদ আলী ৷ ২৫০০ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল গোৱালপাৰা জিলাৰ ধূপধৰা থানাৰ ASI আহমেদ আলী ৷ কালি সন্ধিয়া দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে আটক কৰে ASI আহমেদ আলীক । জানিব পৰা মতে, বিগত ২২ অক্টোবৰত ধূপধৰা আৰক্ষী থানাৰ অন্তৰ্গত তেলিপাৰাত ফাইজৰ ৰহমান নামৰ লোকজনৰ…
Read More...

বকোৰ হাহিমত বনৰীয়া হাতীৰ উপদ্ৰৱ, ধ্বংস শ শ বিঘা কৃষিভূমি

নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰ : পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকৰণ বিষয়া কাৰ্যালয়ৰ অধীনস্থ শিংৰা বনাঞ্চলিক কাৰ্যালয়ৰ…

ঢকুৱাখনাৰ বৰদৈ পঞ্চায়তত বালিয়ে পুতিলে শ শ বিঘা কৃষিভূমি

🔹 লক্ষ্মী পূজাত আদৰিবলৈ পথাৰত নাই এমুঠি লখিমী নিয়মীয়া বাৰ্তা,  ২৮ অক্টোবৰ : আজি ধন-সম্পদৰ অধিষ্ঠাত্ৰী দেৱী…

তেল ভৰাবলৈ ১০০ কিলোমিটাৰ দূৰলৈ গ’ল ৰে’লৰ ইঞ্জিন

বিশেষ বাৰ্তা, ২৮ অক্টোবৰঃ জয়পুৰলৈ যোৱা পথত ইন্ধনৰ নাটনিৰ বাবে আলৱাৰৰ সমীপৰ উটৱাদ ষ্টেচনত থকা এখন মালবাহী ট্ৰেইনৰ…

বিশ্বৰ প্রথমগৰাকী বেটাৰৰ কৃতিত্ব ৰিয়ান পৰাগৰ

বিশেষ বাৰ্তা, ২৮ অক্টোবৰঃ বেটিঙত ছন্দ ওভতাই পোৱাই নহয়, বিস্ফোৰক বেটিঙেৰে টি–২০ ক্রিকেটত বিশ্ব অভিলেখৰ গৰাকী হ’ল অসম…

বিশেষ লেখা : দ্বিতীয় প্ৰকৃতিপ্ৰধান শ্ৰীশ্ৰীলক্ষ্মী দেৱীৰ জন্মবৃত্তান্ত

মৃণালিনী দেৱী শ্রীশ্রীব্রহ্মবৈৱর্ত্ত পুৰাণৰ প্রকৃতি খণ্ডত আমি পাই আহিছোঁ পঞ্চ প্রকৃতিৰ কথা৷ প্রকৃতিৰ আভিধানিক অর্থ…