লক্ষ্মী পূজাৰ প্ৰাকমুহূৰ্তত ধুবুৰীৰ ফলমূলৰ বজাৰত মূল্যবৃদ্ধিৰ জুই
নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰঃ কেৱল শাক-পাচলিয়েই নহয়; এনিশাৰ ভিতৰত ফল-মূলৰ দামো আকাশলংঘী হৈ পৰা দেখা গৈছে ধুবুৰীত। লক্ষীপূজাৰ প্ৰাক মূহুৰ্তত আজি পূজাৰ বজাৰ-সমাৰ কৰিবলৈ ধুবুৰীৰ বজাৰত উপস্থিত হোৱা সৰ্বসাধাৰণ ৰাইজৰ মাজত শাক-পাচলিৰ সমান্তৰালকৈ ফল-মূলৰ দাম অকস্মাতে বৃদ্ধি পোৱাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰো। ধুবুৰীৰ বজাৰত বৰ্তমানে আপেলৰ দাম কেজি প্ৰতি…
Read More...