শুৱালকুছিত ৫০ ফুট উচ্চতাৰ ৰাৱণ দাহন
বিশেষ বাৰ্তা, ২৪ অক্টোবৰঃ ধৰ্ম আৰু কৰ্ম নগৰী শুৱালকুছিৰ এঘাৰখনকৈ শ্ৰীশ্ৰী দুৰ্গা পূজা অতি ধুম ধামেৰে উখল মাখল পৰিৱেশত সমাপন হয় ৷ মহালয়াৰে পৰা দেৱীক আবাহন কৰি ষষ্ঠীত স্থাপনেৰে আজি দশমী তিথিত বৃহত্তৰ শুৱালকুছিৰ পাঁচখন দুৰ্গা পূজাৰ প্ৰতীমা অশোকাষ্টমী ঘাটেৰে ব্ৰহ্মপুত্ৰত উটুৱাই দিয়ে৷ কামৰূপ জিলা প্ৰশাসনৰ তত্বাৱধানত আৰু শুৱালকুছিৰ দুয়োখন আৰক্ষী থানাৰ…
Read More...