মৰিগাঁও জিলা প্ৰশাসনৰ তৎপৰতাত বন্ধ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বেদখল
নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰ : মৰিগাঁও জিলা প্ৰশাসনৰ তৎপৰতাত বন্ধ হ'ল পুনৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান বেদখল । দুৰ্গাপূজাৰ উৎসাহ-উদ্দীপনা চলি থকাৰ মাজতে ২২ অক্টোবৰত পূৰ্বেও উচ্ছেদিত একাংশ লোকে পুনৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত দখলৰ যো-জা চলায়। যোৱা ২১ অক্টোবৰত একাংশ লোক ওৰাং ৰাষ্ট্ৰীয় উদ্যান বেদখল কৰিবলৈ গৈ উভতি আহিব লগা হয়। পুনৰ ২২ অক্টোবৰত এচাম দুষ্টচক্ৰৰ…
Read More...