নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

আঞ্চলিক

২২ দিনে সন্ধান নাই ঢকুৱাখনাৰ কৃষ্ণ কান্ত পেগুৰ

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰ : ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত মাতমৰা কানকান চাপৰিৰ বাঞ্জি চাপৰি গাঁৱৰ কৃষ্ণ কান্ত পেগু নামৰ এগৰাকী ৬৫ বছৰীয়া ব্যক্তি ২০ ছেপ্তেম্বৰৰ পৰা সন্ধানহীন হৈ থকাত পৰিয়ালটোৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ প্ৰাপ্ত তথ্য মতে, কৃষ্ণ কান্ত পেগুৰ তিনি পুত্ৰই নিজা নিজা পৰিয়ালসহ পৃথকে থাকে আৰু নিজে সৰু পো—বোৱাৰীৰ লগত জীৱন অতিবাহিত…
Read More...

গছৰ শুকান ঠাল-শিপাৰে দেৱী দুৰ্গাৰ প্ৰতিমা নিৰ্মাণ শিল্পী প্ৰদীপ কুমাৰ ঘোষৰ

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰ : সমাগত দুৰ্গাপূজাত অনন্য এক দুৰ্গা প্ৰতিমাৰে আলোড়িত কৰিবলৈ ওলাইছে ধুবুৰীৰ শিল্পী…

তিনিচুকীয়াত মাজনিশা বিধ্বংসী অগ্নিকাণ্ডত ১০ৰো অধিক বাসগৃহ ভস্মীভূত

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰ : যোৱানিশা তিনিচুকীয়াৰ হিজুগুৰি ঢেকীয়াজুৰি মছজিদ পট্টিত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত…

১৭ অক্টোবৰৰ পৰা ঢকুৱাখনা মজলীয়া বিদ্যালয়ৰ ডেৰশ বছৰীয়া জয়ন্তীৰ সামৰণী অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰ : অবিভক্ত লখিমপুৰ জিলাৰ শৈক্ষিক উত্তৰণ আৰু মাৰ্গদর্শন প্রতিষ্ঠানস্বৰূপে স্বৰাজ লাভৰ…

ড০ হিমন্ত বিশ্ব শৰ্মাৰ কাম-কাজত ঈৰ্ষান্বিত কংগ্ৰেছ

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ "সপোনত দেখিব নোৱাৰা, ভাবিব নোৱাৰা আঁচনি ড০ হিমন্ত বিশ্ব শৰ্মাই বাস্তবায়িত কৰাত…

উজনি মাজুলী খেৰকটীয়া কলেজৰ বক্তৃতানুষ্ঠানত অংশগ্ৰহণ দিগন্ত বিশ্ব শৰ্মাৰ

🔴প্ৰদূষণেৰে ভৰপূৰ হৃদয়ৰ পৰা প্ৰদূষণমুক্ত পৃথিৱীৰ কল্পনা কৰিব নোৱাৰি। 🔴পাণ্ডিত্যই জগত ধুনীয়া কৰিব নোৱাৰে কেৱল…