বজালীত মৃত্যুতিথিত সাহিত্যিক জীৱনকৃষ্ণ পাত্ৰক স্মৰণ
নিয়মীয়া বাৰ্তা, ২৯ ছেপ্টেম্বৰঃ বিশিষ্ট শিক্ষাবিদ, ভাষাবিদ, ভূগোলবিদ, নৃত্যবিদ, সু-সাহিত্যিক তথা বজালী মহাবিদ্যালয়ৰ অধ্যাপক প্ৰয়াত জীৱনকৃষ্ণ পাত্ৰৰ আজি অষ্টম মৃত্যু বাৰ্ষিকীত বজালীৰ বিভিন্ন প্ৰান্তত তেওঁক স্মৰণ কৰা হয়৷ উল্লেখ্য যে তিনিটা দশকৰো অধিক কাল বজালী মহাবিদ্যালয়ত ভুগোল বিজ্ঞান বিভাগত অধ্যাপনা কৰাৰ পাত্ৰই সুদুৰ উৰিষ্যাৰ পৰা বজালীলৈ আহি…
Read More...