টাইৱানৰ ৰাষ্ট্ৰপতিৰ ডিঙিত জিলিকিল অসমীয়াৰ স্বাভিমান গামোচা
✅যোৰহাটৰ সাংবাদিক জিতু কলিতাৰে সৌহাৰ্দ্যপূৰ্ণ কথোপকথন
বিশেষ বাৰ্তা, ২২ ছেপ্টেম্বৰঃ উত্তৰ যোৰহাটৰ বাহনাৰ দৰে এটা গ্ৰামাঞ্চলৰ পৰা গৈ সাত সাগৰ তেৰ নদীৰ সিপাৰত প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে লেখক-সাংবাদিক তথা পৰিবেশ কর্মী জিতু কলিতাই। ২০১৬ চনৰ পৰা বৰ্তমানলৈকে ৪ বাৰৰ ভিতৰত তিনিবাৰে সফলভাৱে ভাৰতৰহৈ টাইৱানত প্ৰতিনিধিত্ব কৰিছিল৷ কভিডৰ বাবে এবছৰ বাদ…
Read More...