জনতা ভৱনত মাইক্ৰ’ফাইনেন্স উদগনিৰ সাহায্য বিতৰণ
বিশেষ বাৰ্তা, ২৩ ছেপ্টেম্বৰঃ আজি জনতা ভৱনত অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ তৃতীয় পৰ্যায়ৰ সাহায্য বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে অসম মাইক্র ফাইনেন্স উদগনি আৰু সকাহ আঁচনি ২০২১ সমগ্ৰ দেশৰ ভিতৰতেই ঋণৰ ক্ষেত্ৰত সকাহ প্রদান কৰা প্ৰথম আঁচনি। অসমৰ বিভিন্ন মাইক্রফাইনেন্স…
Read More...