৮৬সংখ্যক ৰামপুৰ আঞ্চলিক ৰাস মহোৎসৱৰ কাৰ্যালয় মুকলি
নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰ : নামনি অসমৰ অন্যতম প্ৰাচীন ৰামপুৰ আঞ্চলিক ৰাস মহোৎসৱ এইবেলি ৮৬ সংখ্যক বাৰৰ বাবে অনুষ্ঠিত হব। অহা ২৬ নৱেম্বৰৰ পৰা তেৰদিনীয়া বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্যসূচীৰে হবলগীয়া ৰাস মহোৎসৱৰ কাম-কাজ শৃংখলাবদ্ধতাৰে আগুৱাই নিবলৈ কালি ৰাস মহোৎসৱস্থলীৰ সমীপতে এটা অস্থায়ী কাৰ্যালয় উদ্বোধন কৰা হয়। কাৰ্যালয়টো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে…
Read More...