নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

আঞ্চলিক

গুৰুতৰভাৱে অসুস্থ প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকা

বিশেষ বাৰ্তা, ২০ ছেপ্টেম্বৰঃ বিশিষ্ট লেখক, কলিয়াবৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকা আজি আকস্মিক ভাৱে অসুস্থ হৈ চিকিৎসাধীন হ'ব লগা হয়। হৃদৰোগত আক্ৰান্ত হৈ সংকটজনক অৱস্থাত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে হাজৰিকাক তেজপুৰলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।…
Read More...

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত পালন

✅চিকিৎসা বৃত্তি সমাজৰ সবাতোকৈ সন্মানীয় পেছা : ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়া ✅অসমৰ চিকিৎসা শিক্ষাৰ ক্ষেত্ৰখনক…

মুম্বাইত কাৰাটে প্ৰতিযোগিতাত অসমৰ পাঁচ সোণৰ পদক অৰ্জন

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰ : মুম্বাইত ৩ ছেপ্টেম্বৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় মুক্ত কাৰাটে প্ৰতিযোগিতাত আমাৰ অসমৰ ৫…

নিৰ্লিপ্ত প্ৰশাসন : শিৱসাগৰৰ বৰপুখুৰীৰ পাৰত প্ৰকাণ্ড গাঁত

নিয়মীয়া বাৰ্তা, ২০  ছেপ্টেম্বৰঃ শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত থকা আহোম যুগৰ বৰপুখুৰীটোৰ পদ-পথত সৃষ্টি…

বিলাসীপাৰাত বাল্য বিবাহবিৰোধী অভিযানত গ্ৰেপ্তাৰ তিনি

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ সাপটগ্ৰাম আৰক্ষীৰ অভিযানত ভেলাকোপা গাঁৱৰ বাল্য বিবাহৰ লগত জড়িত স্বামীসহ তিনিজনক…

ড্ৰাইভিং লাইলেঞ্চৰ নামত বিলাসীপাৰাত গিয়াছ উদ্দিনৰ প্ৰৱঞ্চনাৰ জাল

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ ৰাজ্য চৰকাৰে দালাল ৰাজ সম্পুৰ্ণৰূপে বন্ধ কৰাৰ বাবে কঠোৰ স্থিতি লোৱাৰ পাছতো একাংশই…

নাগৰিকত্বৰ ভিত্তিবৰ্ষক লৈ জমিয়ত উলামাৰ গোচৰৰ উচ্চতম ন্যায়ালয়ত শুনানি

বিশেষ বাৰ্তা, ২০ ছেপ্টেম্বৰঃ বহুদিন ধৰি উচ্চতম ন্যায়ালয়ত চলি থকা নাগৰিকপঞ্জী সংক্ৰান্তীয় গোচৰসমূহৰ শুনানি আজিৰ…

উচ্চতম ন্যায়ালয়ত ১৭ অক্টোবৰৰ পৰা মহাসংঘৰ গোচৰৰ চূড়ান্ত শুনানি

বিশেষ বাৰ্তা, ২০ ছেপ্টেম্বৰঃ আজি ছুপ্ৰিম কৰ্টৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত ৫জনীয়া সাংবিধানিক…

বজালীত অন্তৰ্ভুক্তিৰ দাবী : কাৱৈমাৰীত মহিলাৰ বিশাল প্ৰতিবাদী সভা

নিয়মীয়া বাৰ্তা ২০ ছেপ্টেম্বৰঃ বজালীৰ সদৰ পাঠশালাৰ পৰা মাত্ৰ চাৰি কিলোমিটাৰ দুৰত থাকিও বজালীৰ পৰিবৰ্তে বৰপেটা…