কার্বি আংলঙৰ বাহিৰত বসবাস কৰা কার্বি লোকৰ বাবে অচিৰে কার্বি কল্যাণ পৰিষদ
বিশেষ বাৰ্তা, ১২ ছেপ্টেম্বৰঃ কার্বি আংলং স্বায়ত্ত পৰিষদৰ বাহিৰত বসবাস কৰি থকা লোকসকলৰ বাবেও অচিৰেই গঠন হ’ব কার্বি কল্যাণ পৰিষদ৷ বড়ো–কছাৰী কল্যাণ পৰিষদৰ আর্হিত গঠন হ’ব এই কার্বি কল্যাণ পৰিষদখন৷ সদনত বিধায়ক বিদ্যাছিং ইংলেঙৰ এক প্রশ্নৰ উত্তৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰিছে৷ সদনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আমৰি কার্বিসকলক লৈ…
Read More...