চাপৰৰ ৰত্নপীঠ কলেজত দুৰ্বাদল মাৰপিট
নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ : আজি পৱিত্ৰ শিক্ষক দিৱসৰ দিনাই এক দুৰ্ভাগ্যজনক তথা বিদ্বৎ মহলক লজ্জানত কৰা ঘটনাৰ সাক্ষী হবলগীয়া হ'ল সমগ্ৰ চাপৰবাসী। মূল্যবোধৰ ৰাজনীতিৰ প্ৰতিভূস্বৰূপ জননেতা শৰৎ চন্দ্ৰ সিংহৰ মানসকন্যা স্বৰূপ চাপৰৰ ৰত্নপীঠ কলেজত আজি শিক্ষকক সম্বৰ্ধনা জনোৱাক লৈ ছাত্ৰৰ দুটা ফৈদৰ মাজত দুৰ্বাদল কাজিয়াৰ সূত্ৰপাত হৈ শেষত প্ৰচণ্ড মাৰপিটৰ…
Read More...