দিল্লীত জে পি নড্ডাৰে গুৰুত্বপূৰ্ণ বৈঠক ড০ হিমন্ত বিশ্ব শৰ্মাৰ
বিশেষ বাৰ্তা, ৪ ছেপ্টেম্বৰঃ আজি সন্ধিয়া পাঁচ বজাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ সৈতে তেওঁৰ চৰকাৰী বাসভৱনত প্ৰায় এঘন্টা ধৰি আলোচনাত মিলিত হয়। নাড্ডাৰে হোৱা বৈঠকত মুখ্যমন্ত্ৰীজনে দলৰ সাংগঠনিক বিষয়ত আলোচনা কৰা বুলি জানিব পৰা গৈছে। বিশেষকৈ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অনুষ্ঠিত হব লগীয়া পঞ্চায়েত নিৰ্বাচনক লৈ…
Read More...