বজালী কাণ্ড : আৰক্ষী অধীক্ষকৰ বাসগৃহত তালাচী চিআইডিৰ
নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ এগৰাকী চুপাৰী ব্যৱসায়ীক বৃহৎ পৰিমানৰ ধন দাবী কৰাৰ লগতে শাৰিৰীকভাৱে অত্যাচাৰ কৰি আৰক্ষীৰ খাকী পোচাকত কলা দাগ লগোৱা বজালী আৰক্ষীৰ কাণ্ডত অতিৰিক্ত আৰক্ষী অধীক্ষককে ধৰি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ হাতত ইতিমধ্যে গ্ৰেপ্তাৰ গৈছে নগৰাকীকৈ অভিযুক্ত৷ ঘটনা সন্দৰ্ভত জোৰদাৰ অনুসন্ধান অব্যাহত ৰখা চি আই দিয়ে প্ৰতি দিনেই…
Read More...