পশ্চিম যোৰহাটত মোবাইল টাৱাৰত উঠি মানসিক বিকাৰগ্ৰস্তৰ নৃত্য
নিয়মীয়া বাৰ্তা, ২ ছেপ্টেম্বৰ : যোৰহাট নগৰৰ পশ্চিম প্ৰান্তৰ টিলিকিআম বাপুজী পথৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা এটা মোবাইল টাৱাৰত উঠি আজি পুৱা পাঁচ বজাত এজন নিচাসক্ত মানসিক বিকাৰগ্ৰস্ত যুৱকে একপ্ৰকাৰ সন্ত্ৰাস সৃষ্টি কৰে। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য মতে, টিলিকিআম অঞ্চলৰ ভানু দেৱীৰ পুত্ৰ বিতোপন শৰ্মা (৩১)ক কাহিলি পুৱাতে এটা মোবাইল টাৱাৰত উঠি বহি থকা …
Read More...