জোনাইত খহনীয়াত নিদ্ৰাহৰণ বালিজানবাসীৰ
নিয়মীয়া বাৰ্তা, ২৬ আগষ্ট : জোনাইৰ ৰাজাখানা-দেবিং নদীৰ ভয়ংকৰ গৰাখহনীয়াই তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে বালিজান অঞ্চললৈ ৷ দেবিং নদীৰ ভয়ংকৰ গৰাখহনীয়াই নিদ্ৰাহৰণ কৰিছে বালিজানবাসীৰ। ঘৰ-বাৰী, খেতিপথাৰ, বাট-পথ, মূল্যৱান গছ-গছনি জাহ গৈছে দেবিং নদীৰ বুকুত ৷ জানিব পৰা মতে, জোনাইৰ ৰাজাখানা গাঁও পঞ্চায়তৰ অন্তৰ্গত বালিজান অঞ্চলত চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পৰা বৈ…
Read More...