পঞ্চায়ত নিৰ্বাচন : ঢকুৱাখনা মহকুমাৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ
নিয়মীয়া বাৰ্তা, ২৫ আগষ্ট : আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি স্বৰূপে আজি নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ঢকুৱাখনা মহকুমাৰ নিৰ্বাচনী বিষয়াই মহকুমাটোৰ ২১ খন পঞ্চায়তৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰে। ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত আজি বিয়লি ৩.৩০ বজাত এক সংবাদ মেল যোগে ঢকুৱাখনা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বিশ্বজিৎ দত্ত আৰু সহকাৰী আয়ুক্ত…
Read More...