ওদালগুৰিৰ ডিমাকুছিত শোকাৱহ ঘটনা
🔹 হাতীৰ আক্ৰমণত এজনৰ প্ৰাণহানি
নিয়মীয়া বাৰ্তা, ১৮ আগষ্ট : ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়তে পুনৰ ওদালগুৰি জিলাৰ ২নং উত্তৰ ডিমাকুছি গাঁৱত শোকাৱহ ঘটনা সংঘটিত হৈছে। ভাৰত-ভূটান সীমান্তৰ অঞ্চলসমূহত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বৃহৎ বনৰীয়া হাতীয়ে আজি পুৱা প্ৰায় ৪.৩০…
Read More...