যোৰহাটত বিদ্যার্থীৰে বার্তালাপ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
বিশেষ বাৰ্তা, ১৭ আগষ্টঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি যোৰহাট আৱর্ত্ত ভৱনত জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ কৃতী ছাত্র–ছাত্রীসকলৰ সৈতে প্রাতঃজলপানত মিলিত হৈ অন্তৰংগ আলাপ কৰে৷ অন্তৰংগ আলাপৰ সময়ত মুখ্যমন্ত্রীয়ে কয় যে ছাত্র–ছাত্রীসকলৰ মাজত প্রচুৰ সম্ভাৱনীয়তা নিহিত হৈ থাকে৷ এই সম্ভাৱনীয়তা বিকশাই তোলাৰ বাবে ছাত্র–ছাত্রীসকলে এক নির্দিষ্ট লক্ষ্য…
Read More...