বঙাইগাঁৱত পঞ্চাশ লক্ষাধিকৰ য়াবা টেবলেটসহ চাৰিজনক গ্ৰেপ্তাৰ
নিয়মীয় বাৰ্তা, ১৭ আগষ্ট : বঙাইগাঁও জিলাৰ মাণিকপুৰ থানাৰ অন্তৰ্গত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শাকতলাত আৰক্ষীয়ে অভিযান চলায়। গেৰুকাবাৰী টহলদাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিনয় মালাকাৰৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে অভিযান চলাই পঞ্চাশ লক্ষাধিক টকা মূল্যৰ য়াবা টেবলেট জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে চাৰি সৰবৰাহকাৰীক। চাৰি সৰবৰাহকাৰী ক্ৰমে মণিপুৰৰ আবদুল মতলেপ…
Read More...