মাৰ্ঘেৰিটাত বাছ-মিনি ট্ৰাকৰ মুখামুখি সংঘৰ্ষ
নিয়মীয়া বাৰ্তা, ১৬ আগষ্টঃ মাৰ্ঘেৰিটাৰ মাকুমপথাৰ কিটি প্লাই মিলৰ সমীপস্থিত ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথত বাছ আৰু মিনি ট্ৰাকৰ আজি মুখামুখি সংঘৰ্ষ সংঘটিত হয়। এ এছ ০৬ বিচি-২১৪২ নম্বৰৰ প্ৰিশা নামৰ বাছখন ডিব্ৰুগড়ৰ পৰা জাগুনলৈ গৈ আছিল। অন্যহাতে এছ ২৩ এ চি-৬৭৬৬ নম্বৰৰ মিনি ট্ৰাকখন পাৱৈ অভিমুখে গৈ আছিল। দুয়োখনৰ মাজত মুখামুখি সংঘৰ্ষ হয়। ফলত বাছখনৰ প্ৰায় ৪০গৰাকী…
Read More...