আমিনগাঁৱত ৰাষ্ট্রীয় বেডমিণ্টন উৎকর্ষ কেন্দ্র উদ্বোধন মুখ্যমন্ত্রীৰ
বিশেষ বাৰ্তা, ১১ আগষ্টঃ ক্রীড়াৰ উৎকর্ষৰ বাবে অসম চৰকাৰৰ দায়বদ্ধতাৰ উৎকৃষ্ট নিদর্শন হিচাপে আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আমিনগাঁৱত ৰাষ্ট্রীয় বেডমিণ্টন উৎকর্ষ কেন্দ্র শুভ উদ্বোধন কৰাৰ লগতে ৩২০ কোটি টকা ব্যয় সাপেক্ষে আমিনগাঁও ক্রীড়া প্রকল্পত মুকলি ক্রীডাংগন ভার্চুৱেলী আধাৰশিলা স্থাপন কৰে৷ উল্লেখ্য যে ৰাষ্ট্রীয় বেডমিণ্টন উৎকর্ষ কেন্দ্রত …
Read More...