জল জীৱন : তিনিচুকীয়াৰ থানা চাৰিআলিত বাটৰ নাট
বিশেষ বাৰ্তা, ১২ আগষ্ট : আজি তিনিচুকীয়াৰ সাৰ্বজনীন উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ NSSৰ উদ্যোগত চহৰখনৰ ব্যস্ত পথ থানা চাৰিআলিত জল জীৱন মিছন আঁচনিৰ সজাগতাৰ বাবে এখন বাটৰ নাট প্ৰদৰ্শন কৰে ৷ ছাত্ৰীসকলৰ বাটৰ নাটে বাটৰুৱাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ৷ বাটৰ নাটখনৰ জৰিয়তে সাধাৰণ ৰাইজে জল জীৱন মিছন আঁচনিৰ বিনামূলীয়া বিশুদ্ধ পানী সেৱন কৰাৰ অংশীদাৰ হোৱাৰ…
Read More...