নিছিলামাৰীত তীৰৰ বুকীক আটক
নিয়মীয়া বাৰ্তা, ৬ আগষ্ট : অসামাজিক কাম-কাজৰ বিৰুদ্ধে আৰক্ষীৰ জোৰদাৰ অভিযান অব্যাহত আছে। নগৰবেৰাৰ মন্দিৰা নিছিলামাৰীত আৰক্ষীয়ে শনিবাৰে সন্ধিয়া অভিযান চলাই হাতে-লোটে ধৰিলে তীৰৰ বুকীক। লগতে দুটাকৈ মোবাইল হেণ্ডছেট আৰু তীৰৰ হিচাপ বহী জব্দ কৰে। আজি ধৃত যুৱকজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় | জানিব পৰা মতে কামৰূপৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক…
Read More...