ধুবুৰীত চৰকাৰী শিক্ষকক ব্যক্তিগত স্কুলত জড়িতৰ ক্ষেত্ৰত নিষেধাজ্ঞা
নিয়মীয়া বাৰ্তা, ৫ আগষ্টঃ ধুবুৰী জিলাৰ চৰকাৰী আৰু প্ৰাদেশীকৃত উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ সৈতে জড়িত হোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰী কৰা হৈছে। এই মৰ্মে বিগত তিনি আগষ্টৰ দিনা জিবি/এমআইএছচি/পিটি/২০২০/৯৪৬ নম্বৰৰ এখন পত্ৰ ধুবুৰী জিলাৰ ভাৰপ্ৰাপ্ত বিদ্যালয়সমূহৰ পৰিদৰ্শক জে ৰ'হমানে জিলাখনৰ…
Read More...